Assam Any Exam Assamese Question & Ans part- 1

Communication of Assam GK

Communication of Assam Police Exam, Communication of Assam GK Bank Exam, Assam Communication of Post Office Exam, Communication of Assam gk PNRD Exam, Communication of Assam gk Medical Exam, Assam Communication of Forest Guard Exam, Assam Communication of APDCL Exam, Assam Communication of Agriculture Exam, and other state exams.


1. অসমত আধুনিক যোগাযোগ ব্যবস্থাব সূচনা কেতিয়াৰ পৰা হয়?

উত্তৰ:- ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইংৰাজসকলে অসমৰ শাসনভাৰ গ্রহণ কবাৰ সময়ৰ পৰা।

2. অসমত কেতিয়া ঘাইপথ (ৰাষ্ট্রীয় পথ)স্থাপন কৰা হৈছিল?

উত্তৰ:- ১৮৬৬ চনত।

3. অসমৰ প্রধান ৰাষ্ট্রীয় ঘাইপথ কোনটো?

উত্তৰ:- ৩১ নং ৰাষ্ট্ৰীয় পথ।

4. উত্তব-পূৱ সীমান্ত বেলৰেব মুখ্য কার্যালয় কত?

উত্তৰ:- গুৱাহাটীৰ মালিগাওুত।

5. গুৱাহাটী আক্ক স্বিলংব মাজৰ ৰাস্তাৰ যোগাযোগ কেতিয়া ইৈছিল?

উত্তৰ:- ১৮৭৭ চনত।

6. অসমত কোনে প্রথমতে ৰেল যোগাযো আৰম্ভ কৰিছিল?

উত্তৰ:- অসম ৰেলৱে আক্চ ব্যৱসায়িক কোম্পানীয়ে।

7. অসমত নৌ-সেৱা কেতিয়া আৰস্ত হয়?

উত্তৰ:- ১৮৪৭ চনত।

৪. কোনে ব্রক্পুত্র নদীৰ ওপৰত নির্মাণ কৰা শৰাইঘাট দলংখনৰ নক্সা আক্নন পৰিকল্পনা কৰিছিল?

উত্তৰ:- বি. চি. গাংগুলী।

9. অসমৰ প্রথম আকাশীযান চালক কোন আছিল?

উত্তৰ:- মহানন্দ দাস।

10. ব্রক্মপুত্র নদীৰ ওপৰত থকা শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল?

উত্তৰ:- জৱাহৰলাল নেহৰুৱে (১৯৬২ চনত)।

11. ‘ডিব্রুগড় বেলৱে কর্মশালা' কেতিয়া নির্মাণ কৰা হৈছিল?

উত্তৰ:- ১৮৮১ চনত।

12. শৰাইঘাট দলং কেতিয়া মুকলি কৰা হৈছিল?

উত্তৰ:- ১৯৬৩ চনত।

13. অসমৰ মুঠ ঘাইপথৰ দৈর্ঘ কিমান?

উত্তৰ:- ২০৪৪ কিলোমিটাৰ।

14. এ. এছ. আৰ. টি. চি. (ASRTC) ব সম্পূর্ণ নাম কি?

উত্তৰ:- Assam State Road Transport Corporation.

15. এন. এফ, আৰ (N.F.R.) ব সম্পূর্ণ নাম কি

উত্তৰ:- North-east Frontier Railway.

16. গুৱাহাটীত প্রথম কেতিয়া ব্রডগজ স্থাপন হৈছিল?

উত্তৰ:- ১৯৮৪, ২৪ এপ্রিল।

17. ব্রক্ষপুত্র নদীৰ ওপৰত নির্মাণ কৰা দ্বিতীয়খন দলং কোনটো ?

উত্তৰ:- কলিয়া ভোমোৰা দলং।

18. শিলচৰত বিমান ঘাটি ক'ত অবস্থিত?

উত্তৰ:- কুম্ভীৰগ্রামত।

19. অসমৰ কামৰূপ জিলাত থকা বিমান।বন্দবটোৰ নাম কি?

উত্তৰ:- লোকপ্রিয় গোপীনাথ বৰদোলৈ আন্তর্জাতিক বিমান বন্দৰ।

20. অসমত কিমানটা বিমান বন্দৰ আছে?

উত্তৰ:- ৬ টা।

21. ডিব্রুগড় জিলাত থকা বিমান বন্দৰটো ক'ত অৱস্থিত?

উত্তৰ:- মোহনবাৰীত।

22. অসমত কিমান চনত ৰেললাইন স্থাপন কৰা হৈছিল?

উত্তৰ:- ১৮৮৫ চনত।

23. শোণিতপুৰ জিলাত থকা বিমান বন্দৰটি 'ত অৱস্থিত?

উত্তৰ:- শালনিত।

24. লখিমপুৰ জিলাত থকা বিমান বন্দৰটো 'ত অৱস্থিত?

উত্তৰ:-লীলাবাৰীত।

25. যোৰহাট জিলাত থকা বিমান বন্দৰটি কোন ঠাইত অৱস্থিত ?

উত্তৰ:- বৰৈয়াত।

26. অসমত টেলিফোন আৰু টেলিগ্রাফ সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল?

উত্তৰ:- ১৮৬৬ চনত।

27. অসমৰ ক'ত ৰেল ইঞ্জিন মেৰামতি কৰা হয় ?

উত্তৰ:- ডিব্রুগড় আৰু বঙাইগাঁওত।

28. অসমৰ আটাইতকে ওখ ঠাইত অৱস্থিত ৰেলল স্টশন কোনটো?

উত্তৰ:- উত্তৰ কাছাৰ পার্বত্য অঞ্চলৰ জাতিঙ্গাত।

29 উত্তৰ-পূর্বাঞ্চলৰ একমাত্র আন্তর্জাতিক বিমান বন্দৰ কোনটো?

উত্তৰ:- লোকপ্রিয় গোপীনাথ ববদলৈ আন্তর্জাতিক বিমান বন্দৰ'

                                      ************XXX*************

****Wildlife and National Park of Assam



Assam Police Exam, Wildlife and National Park of Assam GK Bank Exam, Assam Wildlife and National Park of Post Office Exam, Wildlife and National Park of Assam gk PNRD Exam, Wildlife and National Park of Assam gk Medical Exam, Assam Wildlife and National Park of Forest Guard Exam, Assam Wildlife and National Park of APDCL Exam, Assam Wildlife and National Park of Agriculture Exam, and other state exams.


অসমৰ বন্যপ্রাণী আৰু

ৰাষ্ট্রীয় উদ্যান


1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত। অৱস্থিত ?

উত্তৰ:- গোলাঘাট জিলাত অৱস্থিত। ইয়াত গঁড় , বাঘ, ', হাততী, পন আৰু বিভিন্ন জাতিৰ সাপ

- পক্ষী আদি পোবা যায়।

2. মানাহ ৰাষ্ট্রীয় উদ্যান

উত্তৰ:- বৰপেটা আৰু বঙাইগাঁও জিলাত

অৱস্সৃতি। ইয়াৰ প্রধান জন্তু হ'ল - হাতী, বাঘ

আকচ সোণালী বান্দব।

3. পবিতৰা অভয়াৰণ্য

উত্তৰ:- মৰিগাঁও জিলাত অৱস্থিত। এই অভয়াৰণ্যত গঁড়, ', গাহৰি আৰু বিভিন্ন প্রজাতিৰ চৰাই পোরা যায়

4. ওবাং ৰাষ্ট্রীয় উদ্যান

উত্তৰ:- দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত

ইয়াত গঁড়, হাত, বাঘ আৰু ফেঁটীসাপ পোৱা যায়।

5. পদুমণি অভয়াৰণ্য

উত্তৰ:- এই অভয়াৰণ্যখন তিনিচুকীয়াৰ

ভেৰজানত অৱস্সৃতি। ইয়াত চুটি নেজৰ বান্দব পোৱা যায়

6. অসমৰ বৃহত্বম ৰাষ্ট্রীয় উদ্যান কোনখন?

উত্তৰ:- মানাহ ৰাষ্ট্রীয় উদ্যান।

7. অসমত মুঠ কিমানখন ৰাষ্ট্রীয় উদ্যান আছে

উত্তৰ:- ৫ খন।

৪. অসমৰ ৰাজ্যিক ফুল কি?

উত্তৰ:- কপৌঁ ফুল।

9. অসমৰ ৰাজ্যিক বৃক্ষ কি?

উত্তৰ:- হোলোং গছ।

10. অসমৰ ৰাজ্যিক  পশু কি?

উত্তৰ:- এশিঙ্গীয়া গড়।

11. অসমৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ:-দেও্ হাহ।

12. অসমত পোৱা বন মানুহবিধক কি বুলি।

কোৱা হয়?

উত্তৰ:- হুলক গিবন।

13. অসমত কিমান প্রজাতিৰ স্ন্যপায়ী প্রাণী পোৱা যায়?

উত্তৰ:- ১৮৯ বিধ।

14. ‘পিগমী-হগ' (Pigmy-Hog) ৰ অসমীয়া।

স্থানীয় নাম কি?

উত্তৰ:- নল-গাহৰী।

15. কুলিৰ বৈজ্ঞানিক নাম কি?

উত্তৰ:- ইউ ডাইনামিছ স্কোলোপাছিয়া।

16. অসমত পোৱা এশিঙ্গীয়া গড়ৰ শিংৰ কিমান?

উত্তৰ:- ১৫ - ১৬ ইঞ্চি।

17. অসমৰ সর্বাধিক উচ্চতাৰ বাঁহ কোনবিধ?

উত্তৰ:- বৰ ভালুক (৩০ মিটাৰ)।

18. অসমত মুঠ কিমান প্রজাতিৰ কপৌঁ ফুল। পোৱা যায়?

উত্তৰ:- ১৮২ প্রজাতিৰ।

19. অসমৰ বৃহত্বম বৃক্ষ কি?

উত্তৰ:- হোলোং।

20. কোন চনত চৰকাৰে ববনদীক বন্যপ্রাণী। অভয়াৰণ্যৰ স্বীকৃতি দিয়ে?

উত্তৰ:- ১৯৮১ চনত।

                  **The End**