CLICK HERE. https://indianexam0.blogspot.com/
Assam Sports
GK
অসমৰ ক্রীড়া সাধাৰণ জ্ঞান:
Assam Sports GK - অসমব ক্রীড়া সাধাৰণ
জ্ঞান: Sports of Assam Police Exam, Sports of Assam GK Bank Exam, Assam Sports of Post Office Exam, Geography of Assam gk PNRD Exam, Sports of Assam gk Medical Exam, Assam Sports of Forest Guard Exam, Assam Sports of APDCL Exam, Assam Sports of Agriculture Exam, and other state exam.
The Department of Sports and Youth Welfare was created in the year 1988-89 with the objective of bringing all-round development in the field of sports and youth welfare in the state. Another major objective of the creation of the Sports and Youth Welfare Department was to strictly implement and implement the scheme of Physical Education, Youth Welfare, Adventure and Sports, Mountaineering.
The department is sincerely encouraging the activities of NCC, NSS, Bharat Scouts and Guides. Hiking and adventure sports in the state. The department has focused on grooming and coaching programs, sports stadiums, adventure institutes, skill development, youth and sports clubs for budding sportspersons and youth to improve their skills.
1. ‘খেল-ধেমালী'’ বুলিলে কি বুজা?
উত্তৰ:- শাৰীৰিক আক মানসিক ব্যায়াম আক্ আনন্দ উপভােগৰ বাবে কিছুমান নীতি-নিয়ম
মানি চলি সাধাৰণ সঁজুলিৰ সহায়ত অংগ সঞ্চালন কৰা কার্যক ‘খেল-ধেমালী' বােলে ।
2. 'অসম হকী এছ'চিয়েচন' কিমান চনত সংগাঠিত হৈছিল?
উত্তৰ:-১৯৫৫ চনত।
3. বৰদল ট্ফী প্রতিযােগিতাৰ প্রথম সংস্কৰণত কেইটা দলে অংশ গ্রহণ কৰিছিল?
উত্তৰ:-১৬ টা।
4. অসমৰ ক’ত বৰশী বােৱাৰ এখন বার্বিক প্রতিযােগিতা অনুষ্ঠিত হয়?
উত্তৰ:- জীয়া ভবলীত।
5. প্রথম অসমীয়া ফিফা বেফাৰী কোন?
উত্তৰ:- বাবুল বার্মিজ।
6. গুরাহাটীত প্রথম এদিনীয়া আস্তঃর্জাতিক ক্রিকেট খেলখন কাৰ কাৰ মাজতঅনুষ্ঠিত হৈছিল?
উত্তৰ:- ওৰেষ্ট ইণ্ডিজ আক ভাবতৰ মাজত।
9. ‘ভুগব শিল্ড ফুটবল' প্রতিযােগিতা কিমান চনত আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৬২ চনত।
10. অসমৰ স্বাধীনতা কাপ ফুটবল প্রতিযােগিতা কিমান চনত আৰম্ভ হৈছিল?
উত্তৰ:-১৯৪৭ চনত।
11. 'ববদল ট্রফী' প্রতিযােগিতা'ৰ প্রথমবাৰ দুবদর্শনত বাষ্ট্রীয় স্প্রচাৰ কিমান চনত কৰা হৈছিল?
উত্তৰ:- ১৯৯৩ চনত।
12. কোন চনত গুবাহাটীত সর্বপ্রথম এদিনীয়া। আন্তর্জাতিক ক্রিকেট প্রতিযােগিতাৰ খেল অনুষ্ঠিত ইৈছিল?
উত্তৰ:- ১৯৮৩ চনত।
13. বঙ্জী টৰফী ক্রিকেট প্রতিযােগিতাত ১০০ টা উইকেট লাভ কৰী প্রথম অসমীয়া খেলুবে
গবাকী কোন?
উত্তৰ:- অনুপ ঘটক।
14. উজনি অসমবৰ 'মেগব ফুটবল একাডেমী কাৰ দ্বাবা গঠন কৰা হৈছিল?
উত্তৰ:- উইলিয়াম মেগব দ্বাৰা।
15. 'ভাবতীয় ফুটবল সংস্থা'ৰ সভাপতি হােরা অসমৰ প্রথম ব্যক্তিজন কোন?
উত্তৰ:-নুকল আমিন।
16. অসমব ক্রীড়া জগতব পিতৃস্বকপ কোন?
উত্তৰ:- আব. জি. বক্চৰা ।
17. এদিনীয়া আন্তর্জাতিক ক্রিকেট প্রতিযােগিতাত আম্পায়াবব দায়িত্ব বহন কৰা প্রথমজন অসমীয়া ব্যক্তি কোন?
উত্তৰ:- সুবেণবাম ফুকন।
18. ববদলে ট্রুফী প্রতিযাগিতাত ক্রম দুবাবকে শ্রেষ্ঠ খেলুরৈব পুবস্কাব অর্জন কবা খেলুরে গবাকী কোন?
উত্তৰ:- তােষেশ্বৰ দত্ত।
19. অর্জুন বঁটা লাভ কৰা অসমীয়া খেলুবে দুজন কোন?
উত্তৰ:- ভােগেশ্বৰ ভৰালী আক্ক মনালিছা।
20. বঞ্জী ট্রুফী ক্রিকেট প্রতিযােগিতাত অংশ গ্রহণ কৰা অসমৰ কনিষ্টতম খেলুবে গৰাকী কোন?
উত্তৰ:- মাধুর্য প্রসাদ বকৰা।
21. 'লােকপ্রিয় বদল ট্রফী ফুটবল'
প্রতিযােগিতা অসমত কেতিয়া আৰাম্ভ হৈছিল?
উত্তৰ:- ১৯৫২ চনত।
22. কোন তাৰিখত 'অসমত ক্রীড়া দিবস' উৎযাপন কৰা হয়?
উত্তৰ:-১৭ অক্টোবৰ।
0 Comments